"গেলৱে বিজনেছ কৰাৰ সুন্দৰ সুযোগ"

অনলাইন ফৰ্ম বা ডিচট্রিবিউটৰৰ আবেদন পত্ৰ পূৰাই আপুনি গ্লেইজ ট্রেটিডৰ অন্তভূৰ্ক্ত গেলৱে বিজনেছ ডিচট্রিবিউটৰ লাভ কৰিব পাৰে। গেলৱে বিজনেছ এনে এক ফ্লেক্সিবোল বিজনেছ হয় যাক নিজৰ সুবিধামতে পাৰ্ট টাইম/ফুল টাইম কাম কৰিব পাৰি।

গেলৱে আপোনাক দুটা সুন্দৰ সুযোগ দিছে। প্রথমতে আপুনি নিজেই এই বিজনেছ আৰম্ভ কৰিব পাৰে। ইয়াৰ জৰিয়তে মানুহৰ লগত চিনাকি হৈ নিজৰ মান সন্মান বৃদ্ধি কৰিব পাৰে। তৰোপৰি আনকো সহায় কৰিব পাৰে।

যদি আপুনি গেলৱেৰ ফ্ৰি ডিচট্রিবিউটৰ হব খোজে, তেনেহলে নিম্নলিখিত নিয়মসমূহ মানি চলিব লাগিব

. গেলৱেত অন্তভুক্ত হোৱা নিয়মবোৰ খুব সৰল আৰু সহজ যাতে কোনো লোকৰ একো অসুবিধা নহয়। যেতিয়া আপোনাক গ্লেইজ ট্রেডিংৰ কোনো ডিচট্রিবিয়ুতৰে আপোনাক কোম্পানীৰ মানুহৰ লগত পৰিচয় কৰাব, তেতিয়া ই আপুনি কোম্পানীৰ ডিচট্রিবিউটৰ লাভ কৰিব পাৰিব যদিহে আপুনি কোম্পানীৰ যিকোনো ডিচট্রিবিউটৰ আই-দি নম্বৰ ৰেফাৰেন্স দিব পাৰে নাইবা আপুনি নিজৰ কিছুমান সাধাৰণ তথ্য আমাৰ লগত চেয়াৰ কৰিব পাৰে। তাৰ পিছত তে আমি অতি সোনকালে আপোনাৰ লগত সম্পৰ্ক কৰিম।

উদাহৰণ স্বৰুপে : ৰেফাৰেন্স নম্বৰ. 12345.

এবাৰ যেতিয়া আপুনি ৰেফাৰেন্স নম্বৰ জেনেৰেট কৰি লব, তাৰ পিছত আপুনি যি কোনো ফ্রেনচাইজীত গৈ নিজৰ ডিচট্রিবিয়ুতৰ আই ডি নম্বৰ জেনেৰেট কৰিব পাৰিব।

উদাহৰণ স্বৰুপে. আই ডি নম্বৰ. GKP 123AA.

নিজৰ আই ডি পোৱাৰ পিছত, দেশৰ যিকোনো ঠাইত থকা আমাৰ পন্জীকৰনযুক্ত ফ্রেনচাইজীত পৰা ডিচট্রিবিয়ুতৰ মূল্যত(ডি,পি) বস্তু কিনি সেই বিলাক অধিকতম MRP মূল্যত বিক্ৰী কৰাৰ যোগ্যতা অৰ্জন কৰিব।

আপুনি যদি ভৱিষ্যতে অধিক আয় অৰ্জন কৰিব খোজে তেন্তে আপুনি বিশেষ অফাৰৰ লগতে আৰু পুৰস্কাৰ, সন্মান পাব খোজে তেনেহলে আপুনি আৰম্ভনিতে নাই কমেও 40 আই, পি ৰ প্রদাক কিনিব লাগিব (অধিক জানিবৰ বাবে আমাৰ বিজনেছ আঁচনি খন চাব পাৰে) গেলৱে বিজনেছ প্লেনখনে আপোনাক স্বাধীনতা দিয়ে। এই বিজনেছ আপুনি ফুলটাইম / পাৰ্ট টাইম কাম কৰিব পাৰে লগতে আপোনাৰ বন্ধুবৰ্গ আৰু পৰিয়ালৰ লগত সময় কটাব পাৰিব,লগে লগে নিজৰ আয় বৃদ্ধি কৰিব পাৰিব। গ্লেইজ ট্রেদিং ইন্ডিয়া প্র. লি. দেশৰ সৰ্বোচ্চ ভাইৰেক্ট চেলিঙ কোম্পানী সমূহৰ ভিতৰত এটা,যাৰ ওচৰত 16 বছৰৰ অভিজ্ঞতা আছে।ইয়াত আপুনি ডাইৰেক্ট মাকেটিঙৰ মানুহৰ লগত কাম কৰাৰ সুবিধা পাব। গেলৱেৰ সামগ্ৰী গোটেই ভাৰতবৰ্ষতে সৰ্ব্বশ্রেষ্ঠ ,সুলভ মূল্য হিচাবে জনা যায়। এই বিজনেছ আৰু প্রডাক্ট সমূহৰ বিষয়ে অধিক জানিবৰ বাবে মাজে মাজে গ্লেইজ ট্রেদিং দ্বাৰা প্রশিক্ষণৰো ব্যবস্থা আছে।

وحدة تحكم تشخيص الأخطاء لجوملا

الدورة

معلومات الملف الشخصي

الذاكرة المستخدمة

استعلامات قاعدة البيانات