এইটো এক ব্যৱসায়ৰ সুযোগ, যিটো আপুনি অন্বেষণ কৰিবলৈ ৰৈ আছে| যোগদিয়াৰ প্ৰক্ৰিয়া এনেভাৱে ডিজাইন কৰা হৈছে যাতে গোটেইটো প্ৰক্ৰিয়া সৰল আৰু অজটিল হৈ পৰে| কোনোবা এজন পূৰ্বৰে পৰা থকা গ্লে’জ ডিষ্ট্ৰিবিউটৰে আপোনাক কোম্পানীৰ নেটৱৰ্কৰ সৈতে চিনাকি কৰাই দিব| আপুনি তেওঁ আই.ডি.ৰ যোগেদি এক ৰেফাৰেন্স নং ল’ব পাৰিব বা আপুনি আপোনাৰ বিষয়ে কিছু তথ্য আমাক প্ৰদান কৰিলে আমি আপোনাক যোগাযোগ কৰিম|
উদাহৰণ স্বৰূপে, ৰেফাৰেন্স ID: - 12345

আপুনি এবাৰ আপোনাৰ ৰেফাৰেন্স নং পাই যোৱাৰ পিছত আপোনাৰ কাষৰীয়া ফ্ৰেঞ্চাইজীৰ পৰা আপোনাৰ KYC ভেৰিফিকেশ্বন হোৱাৰ পিছত আপোনাৰ আইডি. নং সৃষ্টি কৰিব পাৰিব|
উদাহৰণ স্বৰূপে, ৰেফাৰেন্স ID: - GKP123AA

আপোনাৰ আই.ডি. নং লাভ কৰাৰ পিছত আপুনি আমাৰ যিকোনো এখন ফ্ৰেঞ্চাইজীৰ পৰা প্ৰডাক্ট কিনিব পাৰিব আৰু তাক ৰিটেইল দামত আগলৈ বিক্ৰী কৰি ৰিটেইল মাৰ্জিন লাভ কৰিব পাৰিব|

যদি আপুনি অধিক উন্নতি লাভ কৰিব খোজে আৰু বিশেষ সুবিধা লাভ কৰিব খোজে, বনাছ আৰু স্কীমৰ লাভ উঠাব খোজে, তেন্তে আপুনি প্ৰথমতে 40 IPৰ প্ৰডাক্ট ক্ৰয় কৰিব লাগিব (অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি আমাৰ ব্যৱসায়ৰ প্লেনবিলাক চাওক)|



وحدة تحكم تشخيص الأخطاء لجوملا

الدورة

معلومات الملف الشخصي

الذاكرة المستخدمة

استعلامات قاعدة البيانات