গেলৱে গৃহ শৌৰ্য্যম ডিছ ৱাছ কন্সেট্রেটিড জেল

₹142.00

সুন্দৰ সৱল স্বাস্থ্যৰ বাবে হালধি খোৱ৷ই যথেষ্ট নহয়।

IP
0.380
Item Code
GGS10300
Net Wt
500 ml
tags
dish wash
TAGS
  • Share this Product

Product Description


Description

সুন্দৰ সৱল স্বাস্থ্যৰ বাবে হালধি খোৱ৷ই যথেষ্ট নহয়। তাৰ কাৰণে যিবিলাক বাচন ৰন্ধনত ব্যৱহাৰ হয়, সেইবিলাক পৰিস্কাৰ আৰু বিজানুমুক্ত হোৱাতো প্রয়োজন,ইয়াৰ কাৰনে নেমু যুক্ত গৃহ শৌৰ্য্যম ডিছ ৱাছ যি কঠিনতকৈ কঠিন দাগ আৰু তেল চিকতি নিমিষতে দূৰ কৰিব পাৰে লগতে আপোনাৰ হাত কোমল আৰু নিমজ কৰি ৰাখে ।

ব্যৱহাৰৰ নিৰ্দেশনা এটা বাটিত কেইটোপাল মান ৱাছ জেল লৈ লগত অলপ পানী মিহলাই স্কাবৰ সহায়েৰে বাচন ধোৱাওক।