1
caution
বে আইনী বিক্ৰেতাৰ বাবে সতৰ্কতা
 
 




বে আইনী বিক্ৰেতাৰ বাবে সতৰ্কতা

গ্লেজ টেদিং ইন্ডিয়া এটা ডাইৰেক্ট বিক্ৰেতা কোম্পানী,যি নিজৰ সামগ্ৰী, সমূহ নিজৰ ডিচট্রিবিউটৰ দ্বাৰা গাওঁ আৰু চহৰ সমূহত বিক্ৰী কৰোৱায়। এই সামগ্ৰী সমূহ যিবিলাক দোকান, চুপাৰ মাৰ্কেট তথা অনলাইন ওৱেব চাইট, ফফ্লিপ কাড, আমাজন আদিত পোৱা যায়, তাৰ কোনো শুদ্ধতাৰ গেৰান্টি নাথাকে। গ্লেইজৰ বিশুদ্ধ সামগ্ৰী কিনিবৰ কাৰনে গ্লেইজ ডিচট্রিবিউটৰৰ লগত যোগাযোগ কৰিব লাগিব অথবা আমাৰ। ই-কম ৱেবচাইট www.galwaykart.com ত লগ ইন কৰিব পাৰে। .