FREQUENTLY ASKED QUESTIONS

General Questions

সকলো এছ ডি আৰু ইয়াৰ ওপৰৰ ৰেংকৰ ব্যক্তিক মাষ্টৰ বোলা হয় ।

সকলো এছ ডি আৰু তাৰ ওপৰৰ ৰেংকৰ ব্যক্তি যোনে 5 ব্যক্তিগত আই পি কৰিলে আৰু যাৰ প্লাটুন দলীয় মাত্ৰা 240 আই পি হয় তেওঁ যোগ্য মাষ্টৰ হয় ।

এজন ব্যক্তি যাৰ ডাউনলাইনত কমেও এজন যোগ্য মাষ্টৰ থাকে আৰু যিয়ে 5 ব্যক্তিগত আই পিৰ হয় আৰু লগতে যাৰ প্লেটোনৰ পৰা 200 অথবা তাতকৈ অধিক আই পি হৈছে তেওঁক ছিলৱৰ মাষ্টৰ বুলি কোৱা হয়।

নহম

নহয়, যদি আপুনি অহা মাহত দুগুন ব্যক্তিগত আই পি কৰে তেতিয়া আপুনি যোৱা মাহৰ কমিচন পাবলৈ সক্ষম নহব ।

এইটো মাহেকীয়া আধাৰত সলনি হৈ থাকে।

যেতিয়া মাষ্টৰে বুনাচৰ গণনা কৰে তেতিয়া যদি আপোনাৰ মাষ্টৰ ডাউনলাইন যোগ্য মাষ্টৰ নহয় তেতিয়া তেওঁৰ পি যি ৱি বি কৰ্মপ্ৰেছড হয় বেলেগ এজনক তলৰ যোগ্যতা প্ৰাপ্ত মাষ্টৰ ডাউন লাইনৰ সৈতে লগ হৈ যায় ।

যেনেকৈ আপোনাৰ ৰেংক বাঢ়ি যাব সেই ৰেংক অনুসৰি এইটো কম হৈ যাব, যেনেকৈ গোল্ড QM -160 আই পি , এক্সোকেতিভ OM 120 আই পি আৰু চুপাৰ QM -80 আই পি ।

একো নহয় ।আপোনাক কোনো ধৰণৰ পিজীৱী ৰ দৰকাৰ নহব । কিন্তু আপোন ফাইটেৰীয়া ৰ অনুসৰি ( 10 আই পি / ব্যক্তিগত আই পি কৰিব লাগিব ) ।

চুপাৰ মাষ্টৰ ।

5 প্ৰজন্মৰ লৈকে ।

9 প্ৰজন্ম লৈকে পাব পৰা যাব ।কিন্ত এইটো নিৰ্ভৰ কৰিব আপোনাৰ মাহেকীয়া অৰ্হতাৰ মানদণ্ডৰ ওপৰত ।

মাহেকীয়া ।

ক্রাওন মাষ্টৰ আৰু তাৰ ওপৰৰ মানদণ্ড ৰ কাৰণে আমাক পি জী ৱি ৰ দৰকাৰ নাই । কিন্তু 10 আই পি ব্যক্তিগত চেল কৰাৰ প্ৰয়োজন হব।

হয় ।

SUPPORT CENTER VIDEOS

Everything you need to know about helping hand. Many desktop publishing packages and rem Ipsum as their default mode fancy.



وحدة تحكم تشخيص الأخطاء لجوملا

الدورة

معلومات الملف الشخصي

الذاكرة المستخدمة

استعلامات قاعدة البيانات