গ্লেজৰ ইতিহাস ৰ প্রথম বাৰৰ বাবে মুকলি কৰিছে বনানজা অফাৰ । এতিয়া সময় হৈছে গেলৱে বিজনেছত আশ্বৰ্যজনক উপহাৰ জিকাৰ।

এইবোৰ ডিষ্ট্ৰিবিউটৰ কঠোৰ পৰিশ্ৰম ৰ উপহাৰ হয়।এই অফাৰত ব্ৰঞ্জ , ৰূপ, সোণ, প্লেটনাম আৰু হীৰাৰ বিভিন্ন শ্ৰেণী উপলব্ধ আছে । ডিষ্ট্ৰিবিউটৰে ৰেংক অনুসৰি পাব চুপাৰ ক্লাছ ইনকাম আৰু প্লেনৰ লাভ উঠাব পাৰে । লগতে গেলৱে কাতৰ ৱেবচাইটৰ পৰা ক্ৰয় কৰি পোৱা অতিৰিক্ত বুনাচ অফাৰৰ লাভ .

উঠাব পাৰে । অফাৰ সমূহ কুৰল ডিষ্ট্ৰিবিউটৰ অথবা তাৰ ওপৰৰ ৰেংকৰ লৈকেহে বৈধ। গেলৱে কাৰতে পিন কোড অনুসৰি প্ৰডাক্ট সমূহ বিতৰণ কৰিব । যেতিয়া অফাৰ সমাপ্ত হব তেতিয়া গ্লেজে সকলো সমীকক্ষআ কৰিব আৰু নিৰ্ণয় কৰিব যে নিয়ম , চৰ্ত আৰু লক্ষ্য অনুসাৰে কোন বিজয়ী হব । ইয়াৰ পিছত বিজেতাৰ নাম ঘোষণা কৰা হব ।