আমি আমাৰ ডিষ্ট্ৰিবিউটৰ কাৰণে গেলৱে বিজনেছত বিনামূলীয়া আই পি (মিনি কম্ব 20 আই পি) উপাৰ্জন কৰিবলৈ সুবিধা লৈ আহিছোঁ।

গেলৱেৰ ফালৰ পৰা আমাৰ ডিষ্ট্ৰিবিউটৰক এই লাভ দিবলৈ এই পদক্ষেপ দাঙি ধৰা হৈছে। এই অফাৰে তেওঁলোকক নিজৰ লক্ষ্যত উপনীত হবলৈ সহায় কৰিব।

উপলবদ্ধ সামগ্ৰীৰ অনুসৰি এই অফাৰৰ বস্তু , ৰকম আৰু আই পি সলনি হৈ থাকিব।.

4000 টকাৰ অধিক কম্বৰ কাৰণে কোনো বস্তু পঠিওৱাৰ শুল্ক টকা নাথাকিব

20 আই পি ত মুঠ 32 বস্তু থাকিব আৰু মুঠ আই পি 20 হব (18. 34 প্ৰডাক্ট আই পি 1.66 ফ্ৰী আই পি )

10 আই পি ত মুঠ 19 বস্তু থাকে আৰু মুঠ আই পি 10 হয় ( 9.03 প্ৰডাক্ট আই পি 10.97 ফ্ৰী আই পি )