ভিজন

উচ্চ গুণসম্পন্ন উৎপাদন আৰু অটুট বিশ্বাসক লৈ জনসাধাৰণৰ জীৱনত সমৃদ্ধি আৰু সৌভাগ্য অনাৰ বাবে মুক্ত উদ্যমক আগবঢ়াই নিয়াৰ ভাবনাক বিকশিত কৰি পোনপটীয়া বিক্ৰীৰ ক্ষেত্ৰত স্বৰ্ণ মানক কোম্পানী হিচাপে প্ৰতিষ্ঠা কৰা।





মিছন

প্ৰতিজন উপভোক্তা / গ্ৰাহকৰ প্ৰয়োজন, পছন্দ, সুবিধা আৰু সুৰক্ষাৰ কথা মনত ৰাখি উচ্চ মানবিশিষ্ট দ্ৰব্য বিকশিত কৰা তথা সেইবোৰৰ গুণগত মান আৰু উপযোগিতাৰ নিৰন্তৰ উন্নীতকৰণৰ বাবে সমৰ্পিত হৈ থকাৰ লগতে সেই দ্ৰব্য সমূহ সুলভ মূল্যত গ্ৰাহকক যোগান ধৰা।

গ্লেজৰ উদ্দেশ্য সততা আৰু নিষ্ঠাৰ সৈতে নিৰন্তৰ বিকাশৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখি প্ৰশিক্ষণ আৰু শিক্ষাৰ মাধ্যমেৰে নিজৰ ব্যৱসায় সহযোগী তথা কৰ্মচাৰীৰ কাৰ্যক্ষমতা উন্নীত কৰাটোও লক্ষ্য যাতে বিতৰণ ব্যৱস্থাক সক্ষম আৰু বিশ্বস্বনীয় কৰিব পাৰি।





আমাৰ মূল্য আৰু আদৰ্শ

  • ধনাত্মক দৃষ্টিকোণ সফলতাৰ বাবে
  • জ্ঞানৰ খোজ নিজকে সশক্ত কৰিবলৈ
  • দৃঢ় সংকল্প লক্ষ্যত ব্ৰত হৈ থাকিবলৈ
  • সাহস লক্ষ্যত ব্ৰত হৈ থাকিবলৈ
  • হুমিলিটি প্ৰত্যাহ্বানৰ সন্মুখীন হবলৈ
  • বিনম্ৰতা আনৰ পৰা শিকিবলৈ.
  • ৰচনাত্মকতা সাধাৰণ স্তৰৰ পৰা শীৰ্ষলৈ উঠিবলৈ
  • নেতৃত্ব আগবাঢ়ি যোৱাৰ বাবে উদাহৰণ-স্বৰূপ হোৱা
  • টীমৱৰ্ক আগবাঢ়ি যোৱা আৰু সুবিধা গ্ৰহণ কৰাৰ বাবে সহযোগীৰ সৈতে তালমিল ৰখা
  • উত্তৰদায়ী পূৰ্ণ ৰূপত দায়িত্ব লোৱা
  • জুনুন / তীব্ৰ ইচ্ছাসফলতাৰ বাবে ক্ষুধা

وحدة تحكم تشخيص الأخطاء لجوملا

الدورة

معلومات الملف الشخصي

الذاكرة المستخدمة

استعلامات قاعدة البيانات