গেলৱে ৰূপাভম

ৰূপাভম মূল ৰূপত দুটা শব্দৰে গঠিত-ৰূপ অর্থাৎ সৌন্দর্য্যতা আৰু আভম অর্থাৎ আভা বা চমক৷ গেলৱে ৰূপাভমৰ প্রত্যেক সামগ্রী মহিলা আৰু পুৰুষৰ বিভিন্ন ধৰণৰ প্রয়োজনীয়তালৈ লক্ষ্য ৰাখি তৈয়াৰ কৰাৰ উপৰিও বতৰ আৰু পর্য্যাবৰণৰ অৱস্থালৈ দৃষ্টি ৰাখি বনোৱা হৈছে৷ সুন্দৰতাৰ বিভিন্ন আদর্শৰ ওপৰত আধাৰিত গেলৱে ৰূপাভমৰ সকলো সামগ্রীত ছালৰ বাবে প্রাকৃতিক আৰু পোষক তত্বৰ সমাৱেশ আছে৷

গেলৱে নেচাৰেল টুইষ্ট

গেলৱেৰ 'নেচাৰেল টুইষ্ট' ৰেঞ্জৰ অর্ন্তগত আটাইবোৰ প্রডাক্ট এক সুস্থ জীৱন প্রণালীক নজৰত ৰাখি তৈয়াৰ কৰা হৈছে যাতে জনসাধাৰণক সুস্থ জীৱন দিব পৰা যায়৷ যিদৰে ইয়াৰ নামৰপৰা গম পোৱা যায় এই শ্রেণীয়ে প্রাকৃতিক উৎপাদনক প্রতিনিধিত্ব কৰে৷ গেলৱেৰ 'নেচাৰেল টুইষ্ট'ৰ ৰেঞ্জত শৰীৰক সুস্থ , ফিট আৰু ঊর্জাবান কৰি ৰাখিবলৈ পেয় সামগ্রীকো অন্তর্ভূক্ত কৰা হৈছে৷ এই ৰেঞ্জত হার্বেল উৎপাদন,যত আছে পোষক তত্ব আৰু গুণ যি আপোনাৰ সুস্থ জীৱনৰ বাবে অতি প্রয়োজনীয় তেনে সামগ্রীক অন্তর্ভূক্ত কৰা হৈছে৷ এলোভেৰা জুচ,গ্রীণ কফি,গ্রীণ টিৰ দৰে প্রাকৃতিক উৎপাদন এই শ্রেণীৰ ভিতৰত পৰে৷

গেলৱে দন্তঔৰম

দাঁতৰ উওম যত্ন আৰু সুৰক্ষা কৰি ৰাখিবৰ কাৰণে গেলৱেৰ আন এটা উৎপাদন সামগ্ৰী হল দন্তঔৰম। এই দন্তঔৰমত বনৌষধি ব্যৱহাৰ কৰা হৈছে। দাঁতৰ লগতে দাঁতৰ মাৰি আৰু দাঁতৰ গুঢ়ি,মুখৰ ভিতৰৰ শিৰা- উপশিৰা, সুৰক্ষা কৰি ৰাখে। এই উৎপাদনৰ সামগ্ৰী 100% নিৰামিষ। এই টুথপেষ্টৰ নিয়মিত ব্যৱহাৰে আপোনাৰ দাঁত সুস্থ আৰু মজবুত কৰি তুলিব।

শ্ৰী গূনম

গেলৱে এই প্রদাকটো এনে পৰুষ বাবে তৈয়াৰ কৰিছে, যি অন্য পুৰুষ তকৈ দেখাত অলপ বেলেগ হয়। আমি মানিব লাগিব যে পুৰুষ সকলৰ বহুতো দ্দ্বায়িত্ত্ব থাকে, যাৰ কাৰণে নিজৰ যত্ন লব নোৱাৰে। "শ্ৰী গূনম''মানে শ্ৰী(পুৰুষ) গূনম (গূনৱতা)।এই ৰেন্জৰ সকলো উৎপদিত পুৰুষৰ খহতা, শুকান

গেলৱে নিউট্ৰীফ্লো

ধুনীয়া লোভনীয় ৰঙেৰে ভৰা পৃথিৱী খনৰ নাম গেলৱে কালৰ লাইন। ইয়াত প্ৰধানকৈ মহিলা সকলৰ বাবে বনোৱা প্ৰডাক্টৰ এনেকুৱা বিশাল পৰিমাণ যি প্ৰত্যেক গৰাকী মহিলাৰ বয়স , সুবিধা আৰু মনক শুৱাব পাৰে। এই সামগ্ৰী বোৰৰ সহায়ত আপুনি নিজকে এনেকৈ উপস্থাপিত কৰিব পাৰে যেনেকৈ এখন প্ৰতিচ্ছবি আপোনাৰ হৃদয়ত থাকে। গেলৱেৰ এই প্ৰডাক্ট সমূহৰ পৃথিৱী বিখ্যাত গুণৰ লগতে উপযুক্ত দামত উপলব্ধ কাৰণে এই সামগ্ৰী সমূহ আপোনাৰ প্ৰিয় হৈ পৰে। যেতিয়া সকলোতকৈ মুখ্য দেখাবলৈ হয় অথবা আকৌ প্ৰত্যেক দিনা যদি নিজৰ দিনটোক দিয়া এটা বেলেগ গেলৱে কালাৰ লাইনৰ ৰঙীন জগত খনলৈ আৰু নিজৰ সৌন্দৰ্য্যক উজলাই তোলক নিজৰ শৈলীৰে।

গৃহশৌৰ্য্যম

গৃহ(ঘৰ) আৰু শৌয্য(গৌৰৱ) এই দুয়োটা শব্দ লগ হৈ গৃহশৌয্যম নামৰ প্রভাবশালী দ্ৰব্যটো সৃষ্টি হৈছে, যি নিজৰ বিশিষ্তা আৰু গুণৰ দ্বৰা স্বচ্ছতা যে ভক্তিতকৈ শ্ৰেয়, তাক প্ৰমাণ কৰিবলৈ সক্ষম হৈছে। আপোনাৰ জীৱনটৌ সুস্থ আৰু সুন্দৰ কৰি তুলিবলৈ এই গৃহ শৌৰ্য্যমে কেইবাটাও ঘৰুৱা উৎপাদন আপোনালোকলৈ লৈ আহিছে। তাৰে ভিতৰত ভিচ ৱাচিং, হোম ক্লিনিঙ, ফেবিক কেয়াৰ লৈকে উপলব্ধ। এই উপাদানৰ প্ৰধান লক্ষ্য হল, আপোনাৰ কাপোৰ সম্পূৰ্ণ ৰূপে পৰিস্কাৰ কৰা আৰু বাচন সমূহ পৰিস্ক৷ৰ কৰি উজ্জ্বল কৰি তোলা।

গেলৱে কলকিম

গেলৱে কলকিম ৰেঞ্জ মহিলাৰ বাবে সমৰ্পিত | এই ৰেঞ্জত মহিলাসকলৰ সৌন্দৰ্য্য বৰ্দ্ধন কৰাৰ সামগ্ৰীক সমাহিত কৰা হৈছে | যেতিয়া আপোনাক ধুনীয়া দেখে তেতিয়া আপুনি ভাল অনুভৱ কৰে আৰু যেতিয়া আপুনি ভাল অনুভৱ কৰে তেতিয়াহে আপুনি আপোনাৰ সপোন সাকাৰ কৰিবলৈ প্ৰস্তুত হয় | গেলৱে কলকিম ৰেঞ্জৰ সামগ্ৰীত প্ৰাকৃতিক তত্ব সুন্দৰতাক প্ৰাকৃতিক ৰূপৰে সজাবলৈ ক্ষমতা থাকে | এই ৰেঞ্জৰ সকলো সামগ্ৰীত সেই তত্বৰ ব্যৱহাৰ কৰা হয় যিবোৰ প্ৰাকৃতিক গুণ যুক্ত আৰু যি ব্যৱহাৰ কৰিলে ছালৰ কোনো অপকাৰ নহয় |

গেলৱেৰ কৃষম

ভাৰত এখন কৃষি প্ৰধান । আমাৰ দেশৰ বহু সংখ্যক লোক এতিয়াও কৃষিৰ ওপৰত নিৰ্ভৰ কৰে । এনে অৱস্থাত এইটো দৰকাৰী হৈ পৰে যে খেতিত আমি বৈজ্ঞানিক উপায়ৰ লগতে নতুন নতুন উৎপাদৰ ব্যৱহাৰ কৰে যাতে ইয়াৰ দ্বাৰা আমাৰ ফচলৰ বৃদ্ধি লগতে মাটিৰ উৰ্বৰতাও মজুত থাকে । সেইবাবে কৃষক সকলক হানিকাৰক ৰসায়নৰ পৰা মুক্ত ফচল দিবলৈ গেলৱে কৃষম ৰেঞ্জত কৃষি সামগ্ৰী সমূহ অন্তৰ্ভুক্ত কৰা হৈছে যিয়ে মাটিৰ গুণাগুণ সমান ৰাখি ফচল উৎপাদন বৃদ্ধি কৰে । এই ৰেঞ্জ সকলো উৎপাদন ত মাটিৰ জৈৱিক পদাৰ্থ থকা কেঁচুক পুনৰ অনাত সহায় কৰে । জৈৱিক উৰ্বৰাতা আৰু গছ গছনিৰ বৃদ্ধিয়ে শৃংখলা অনুসৰি গেলৱে কৃষম সকলো উত্পাদৰ ৰাসায়নিক উৰ্বৰতা আৰু কীটনাশকৰ কাৰণে এটা ভাল সামগ্ৰী

কালৰ লাইন

ধুনীয়া লোভনীয় ৰঙেৰে ভৰা পৃথিৱী খনৰ নাম গেলৱে কালৰ লাইন। ইয়াত প্ৰধানকৈ মহিলা সকলৰ বাবে বনোৱা প্ৰডাক্টৰ এনেকুৱা বিশাল পৰিমাণ যি প্ৰত্যেক গৰাকী মহিলাৰ বয়স , সুবিধা আৰু মনক শুৱাব পাৰে। এই সামগ্ৰী বোৰৰ সহায়ত আপুনি নিজকে এনেকৈ উপস্থাপিত কৰিব পাৰে যেনেকৈ এখন প্ৰতিচ্ছবি আপোনাৰ হৃদয়ত থাকে। গেলৱেৰ এই প্ৰডাক্ট সমূহৰ পৃথিৱী বিখ্যাত গুণৰ লগতে উপযুক্ত দামত উপলব্ধ কাৰণে এই সামগ্ৰী সমূহ আপোনাৰ প্ৰিয় হৈ পৰে। যেতিয়া সকলোতকৈ মুখ্য দেখাবলৈ হয় অথবা আকৌ প্ৰত্যেক দিনা যদি নিজৰ দিনটোক দিয়া এটা বেলেগ গেলৱে কালাৰ লাইনৰ ৰঙীন জগত খনলৈ আৰু নিজৰ সৌন্দৰ্য্যক উজলাই তোলক নিজৰ শৈলীৰে।

 

وحدة تحكم تشخيص الأخطاء لجوملا

الدورة

معلومات الملف الشخصي

الذاكرة المستخدمة

استعلامات قاعدة البيانات