‘গেলৱে’ গ্লেজ ট্ৰেডিং ইণ্ডিয়া প্ৰাইভেট লিমিটেড কোম্পানীৰ ট্ৰেডমাৰ্ক আৰু লোগ’। সংক্ষেপত কবলৈ হ’লে, এই লোগ’/ট্ৰেডমাৰ্ক কেৱল গেলৱে উৎপাদন সমূহ তথা ইয়াৰ সৈতে জড়িত সেৱা মানদণ্ডকেই প্ৰতিনিধিত্ব কৰে, গ্লেজৰ সম্পূৰ্ণতাৰো প্ৰতিনিধিত্ব কৰে।

‘গেলৱে’ৰ বিশিষ্ট লোগ’/ট্ৰেডমাৰ্কত গ্লেজ তথা ইয়াৰ সৈতে জড়িত লোকৰ সকলো অসীমিত গুণগত মানক সমাহিত হৈ আছে। ইয়াক গ্লেজৰ সৈতে জড়িত লোকৰ জীৱনশৈলীৰ প্ৰতীক-ৰূপ হিচাপে গণ্য কৰা হয়। এইদৰে ‘গেলৱে’ই ভৰষাৰ প্ৰতিনিধিত্ব কৰে যিটো গ্লেজৰ ভিজন-মিছন : শুদ্ধতা, বিশ্বাস,উৎকৃষ্টতাৰ সন্ধানৰ তথা গ্ৰাহকৰ সন্তুষ্টিৰ প্ৰতি সমৰ্পিত সিদ্ধান্তৰ ওপৰত আধাৰিত।

গ্ৰাহকৰ সন্তুষ্টি তথা সামগ্ৰী সমূহৰ গুণাগুণলৈ ধ্যান দি গেলৱেই বিশেষ সামগ্ৰী সমূহ আগবঢ়ায় যিবোৰ শুদ্ধতা আৰু বিশ্বাসৰ প্ৰতীক। ইয়াৰ ‘ফৰ ইউ ফৰএভাৰ’ টেগলাইন আপোনাৰ সুৰক্ষাৰ বাবে প্ৰতীক।

গেলৱেৰ পৰিচয় ‘মেড ইন ইণ্ডিয়া’ৰ সিদ্ধান্তত নিহীত হৈ আছে, সেইবাবেই আমি সামগ্ৰী সমূহৰ উৎপাদন তথা সেইবোৰৰ গুণগত স্তৰ ভাৰততেই দেখিবলৈ পাওঁ, অথচ সামগ্ৰী সমূহৰ উৎপাদনৰ বাবে মহত্বপূৰ্ণ পদাৰ্থ বিশ্বৰ সৰ্বোচ্চ উৎসৰ পৰা প্ৰাপ্ত হয়। গেলৱেৰ বহুমুখী আৰু বিস্তৃত সামগ্ৰী সমূহত পাৰ্ছনেল কেয়াৰ, স্কিন কেয়াৰ, হেল্থ এণ্ড নিউট্ৰিছন, হোম কেয়াৰ, কৃষম আদি গোটৰ প্ৰীমিয়াম ব্ৰেণ্ডৰ সামগ্ৰী আছে যিবোৰে ইয়াক আনৰ পৰা সুকীয়া আৰু বিশেষ মৰ্যদা দিয়ে।

وحدة تحكم تشخيص الأخطاء لجوملا

الدورة

معلومات الملف الشخصي

الذاكرة المستخدمة

استعلامات قاعدة البيانات