Home  /  Products  /  Rupabham

আপোনাৰ ব্যক্তিত্বৰ উৎকৰ্ষসাধন

আপোনাৰ সৌন্দৰ্যৰ প্ৰৰি আকাংক্ষাৰ পৰাই গভীৰভাবে প্ৰেৰিত হয় উজ্জ্বলতা৷ ইয়াৰ উৎকৰ্ষৰ বাবেই প্ৰস্তুত কৰা হৈছে এই লানি বিশেষভাবে সৃষ্টি কৰা সামগ্ৰী, যি সমূহ বয়স, লিঙ্গ বা ছালৰ ৰং নিৰ্বিশেষে সকলোৱে ব্যৱহাৰ কৰিব পাৰে৷

এইবিধ সামগ্ৰীৰ নিয়মিত ব্যৱহাৰে ব্যক্তিগত পৰিচ্ছন্নতা নিশ্চিত কৰে আৰু ই আপোনাৰ ছালৰ উজ্জ্বলতা ঘূৰাই আনি আশ্চৰ্যকৰ উজ্জ্বলতা প্ৰদান কৰে৷

ৰূপভামৰ মূল সাৰমৰ্মতা নিহিত আছে দুটা শব্দত - ৰূপ (रूप) অৰ্থাৎ সৌন্দৰ্য আৰু আভাম (आभम) অৰ্থাৎ ‘উজ্জ্বলতা'৷

প্ৰতিবিধ ৰূপাভামৰ সামগ্ৰী প্ৰস্তুত কৰা হয় আমি বিশ্বাস কৰা সমস্ত জ্ঞান জীৱনৰ বৃহত্তৰ স্বাৰ্থত প্ৰয়োগৰ ক্ষেত্ৰত গভীৰ মেনোযোগেৰে, য'ত মানৱীয় প্ৰয়োজনৰ বৈচিত্ৰতা আৰু ঋতুকালীন তথা পৰিবেশগত অৱস্থাৰ কথাও বিবেচনা কৰা হয়৷

সৌন্দৰ্যৰ বিভিন্ন ধাৰণাৰ ওপৰত ভিত্তি কৰি ‘ৰূপাভাম' অতি সংবেদনশীল ছালকো পৰিপুষ্টি যোগাব পৰাকৈ নবতম সূত্ৰ উদ্ভাৱনৰ বাবে প্ৰাকৃতিক তথা প্ৰসাধনিক ৰসায়নৰ সংযোজন ঘটায়৷ পুৰুষ আৰু মহিলা নিৰ্বিশেষে ছাল, শৰীৰ আৰু চুলিৰ যতন লোৱা এলানি সামগ্ৰী আগবঢ়াইছে ৰূপাভামে৷
আমাৰ সামগ্ৰীসমূহ ৰুক্ষ প্ৰতিক্ৰিয়া মুক্ত৷