Home  /  Products  /  Grihshoryam
grihshoryam

আপোনাৰ ঠাইডোখৰৰ স্প্ৰিং-ক্লীনিং

যেতিয়া আমি গৃহ (Home) আৰু শৌৰ্যক (Pride) মিলাই লওঁ, তাৰ ফলাফল হিচাপে এক উত্তম প্ৰডাক্ট ৰেঞ্জ লাভ কৰোঁ যি আমাৰ “পৰিস্কাৰ-পৰিচ্ছন্নতা হৈছে ঈশ্বৰ সেৱাৰ দৰে” বিশ্বাসৰ পৰা শক্তি তথা অনবদ্য ৰূপ আহৰণ কৰে|

আপোনাৰ জীৱন সহজ, উত্তম আৰু অধিক সুন্দৰ কৰি তুলিবলৈ গ্ল’জ ট্ৰেডিং ইণ্ডিয়া প্ৰাইভেট লিমিটেডে গৃহশৌৰ্যম নামৰ অধীনত কেইবাটাও হ’ম কেয়াৰ প্ৰডাক্ট ৰাখিছে, য’ত বাচন ধোৱাৰ পৰা আৰম্ভ কৰি ফেব্ৰিক ক্লীনাৰলৈকে প্ৰডাক্ট উপলব্ধ|

গৃহশৌৰ্যম ডিজাইন কৰা হৈছে আপোনাৰ থকা ঠাইডোখৰ পৰিস্কাৰ, সতেজ আৰু পৰিচ্ছন্ন কৰি ৰাখিবৰ বাবে|

এই ৰেঞ্জৰ অধীন বিভিন্ন সামগ্ৰীসমূহৰ লক্ষ্য হৈছে আপোনাৰ কাপোৰবিলাক সতেজ আৰু আপোনাৰ বাচন-বৰ্তন জাকতজিলিকা কৰি ৰখাটো| আমাৰ ওচৰত ক্লীনাৰ আৰু বীজাণুনাশকো আছে যাৰ সহায়ত আমি মজিয়া আৰু পায়খানাক সৰ্বোত্তম ৰূপত পৰিস্কাৰ কৰি ৰাখিব পাৰোঁ|

স্প্ৰিং-ক্লীনিং দৰাচলতে কেতিয়াও ইমান সহজ নাছিল|